গুৰু আসন নির্মাণেৰে সমাদৃত বেলগুৰিৰ শিল্পী যজ্ঞোৰাম বৰুৱা | News 12 Assam North East

Published on YouTube: গুৰু আসন নির্মাণেৰে সমাদৃত বেলগুৰিৰ শিল্পী যজ্ঞোৰাম বৰুৱা | News 12 Assam North East গুৰু আসন নির্মাণেৰে সমাদৃত বেলগুৰিৰ শিল্পী যজ্ঞোৰাম বৰুৱা। ৰাজ্যৰ বিভিন্ন নামঘৰত অর্ধশতাধিক গুৰু আসন প্রতিষ্ঠা। ২৪ বছৰ ধৰি এই গৰাকী নীৰৱ শিল্পীয়ে ৰাজ্যৰ বিভিন্ন জিলাৰ নামঘৰে নামঘৰে গুৰু আসন নিৰ্মাণ কৰি আগবঢ়াই আহিছে।
No comments