Breaking News

গোলাঘাটৰ বৰপথাৰত বন্যহস্তীৰ মৃত্যু

 
📌গোলাঘাটৰ বৰপথাৰত বন্যহস্তীৰ মৃত্যু ।

📌বৰপথাৰ খণ্ড বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত টেঙানীৰ ৰাজগড়ত ভৰিত আঘাতপ্ৰাপ্ত হাতী পোৱালিটো মৃত্যু মুখত পৰে।

📌নামবৰ সংৰক্ষিত বনাঞ্চলৰ পৰা আহি টেঙানীত সোমাইছিলহি আঘাতপ্ৰাপ্ত হাতী পোৱালিটো ।

📌দীৰ্ঘদিন ধৰি ভৰিত আঘাত লৈ ঘুৰি ফুৰিছিল হাতী পোৱালিটো।

📌বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিতি হৈ শেষ বিদায় দিয়ে হাতী পোৱালিটো।

No comments