Breaking News

সৰুপথাৰ ৰে'ল ষ্টেচনৰ সমীপত মৃতদেহ উদ্ধাৰ | News 12 Assam North East


Published on YouTube: সৰুপথাৰ ৰে'ল ষ্টেচনৰ সমীপত মৃতদেহ উদ্ধাৰ | News 12 Assam North East সৰুপথাৰ ৰে'ল ষ্টেচনৰ সমীপত মৃতদেহ উদ্ধাৰ। মৃত যুৱকজন সৰুপথাৰৰ খনিকৰ গাঁৱৰ ধ্ৰুৱ দত্ত বুলি চিনাক্ত কৰা হৈছে। নিহত ধ্ৰুৱ দত্তক হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ। 

No comments