বোকাখাতত কাঠভৰ্তি বাহন জব্দ | News 12 Assam North East

Published on YouTube: বোকাখাতত কাঠভৰ্তি বাহন জব্দ | News 12 Assam North East বোকাখাতৰ ডলামৰা ফৰেষ্ট ৰেঞ্জৰ তালাচীত কাঠভৰ্তি বাহন জব্দ ৷ AS-03AC-6057 নম্বৰৰ বাহনখনত অতি কৌশলেৰে খেৰৰ বস্তাৰ তলত আনিছিল কাঠসমূহ ৷ https://www.youtube.com/watch?v=ESciGJmevEY
No comments