Breaking News

ইতিহাস সৃষ্টি কৰি নীৰজ চোপ্ৰাই ভাৰতক দিলে সোণৰ পদক

 

🔶টকিঅ’ অলিম্পিকত ভাৰতৰ প্ৰথমটো সোণৰ পদক

🔶জেভলীন থ্ৰত লাভ কৰিছে স্বৰ্ণ পদক

🔶অলিম্পিকত ইতিহাস সৃষ্টি কৰি নীৰজ চোপ্ৰাই ভাৰতক দিলে সোণৰ পদক

🔶বিশ্বস্তৰীয় প্ৰতিযোগিতাত স্বৰ্ণ পদক লাভ কৰা নীৰজ দ্বিতীয়গৰাকী ভাৰতীয়

🔶নীৰজে ৮৭.৫৮ মিটাৰ জেভলীন থ্ৰ' কৰি নিশ্চিত কৰিলে স্বৰ্ণ পদক

🔶২০১৬ চনৰ ছাউথ এছিয়ান গেমছতো সোণৰ পদক দখল কৰিছিল নীৰজে

🔶১৩ বছৰ পাছত অলিম্পিকত ভাৰতে লাভ কৰিছে স্বৰ্ণ পদক

🔶২০০৮ চনৰ বেইজিং অলিম্পিকৰ পিছত এইটো ভাৰতৰ প্ৰথম সোণৰ পদক



No comments