Breaking News

গোলাঘাট জিলাৰ অভিভাৱক সচিব অনুৰাগ গোৱেলৰ পৰ্যালোচনা বৈঠক

🔶গোলাঘাট জিলাৰ অভিভাৱক সচিব তথা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্ৰধান সচিব অনুৰাগ গোৱেলৰ পৰ্যালোচনা বৈঠক

🔶জিলাখনৰ বিভিন্ন বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰে সচিবগৰাকীয়ে

🔶কৃষি, পশুপালন আৰু পশুচিকিৎসা, ৰেচম, হস্ততাঁত আৰু বস্ত্ৰ, মীন, জলসিঞ্চন, স্বাস্থ্য, লোকনিৰ্মাণ, আবকাৰী, সমাজ কল্যা, কৰ, পৰিবহন, খাদ্য আৰু অসামৰিক যোগান আৰু জলসম্পদ আদি বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰে

🔶প্ৰায় প্ৰতিটো বিভাগৰে কাম-কাজ আৰু বিভিন্ন আঁচনিৰ অগ্ৰগতিৰ বুজ লয় সচিবগৰাকী

🔶বৈঠকত জিলা উপায়ুক্ত শ্ৰী মৃগেশ নাৰায়ণ বৰুৱা, জিলা উন্নয়ন আয়ুক্ত, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, অতিৰিক্ত উপায়ুক্তসকল, বোকাখাত আৰু ধনশিৰী মহকুমাৰ মহকুমাধিপতি আৰু বিভিন্ন বিভাগৰ মুৰব্বীসকল উপস্থিত থাকে





No comments