সমাগত স্বাধীনতা দিৱস উদ্যাপনৰ প্ৰস্তুতি সম্পৰ্কত গোলাঘাটত সভাৰ আয়োজন
🔶সমাগত স্বাধীনতা দিৱস উদ্যাপনৰ প্ৰস্তুতি সম্পৰ্কত সভাৰ আয়োজন
🔶আজি গোলাঘাট জিলাৰ সদৰত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত
হয় এই সভা
🔶উক্ত সভাখন সভাপতিত্ব কৰে উপায়ুক্ত শ্ৰীযুত মৃগেশ নাৰায়ণ বৰুৱাই
🔶জিলাখনৰ বিভিন্ন বিভাগৰ
বিষয়াসকলৰ উপৰি আৰক্ষী প্ৰশাসন, অদ্ধৰ্সামৰিক বাহিনীৰ প্ৰতিনিধি, বেচৰকাৰী সামাজিক দল-সংগঠন আৰু নেতৃস্থানীয় ব্যক্তিৰ সৈতে সমাগত স্বাধীনতা দিৱস উদযাপন সম্পৰ্কে
বিশদভাৱে আলোচনা
🔶এইবেলিও সম্পূৰ্ণৰূপে ক'ভিডৰ নীতি-নিৰ্দেশনা মানি স্বাধীনতা দিৱসটি আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ
No comments