Breaking News

হোজাইত নিষিদ্ধ হেৰ’ইন জব্দঃ আটক দুই সৰবৰাহকাৰী

🔶হোজাইত নিষিদ্ধ হেৰইন জব্দ

🔶দুজন সৰবৰাহকাৰীক আটক

🔶ধৃত সৰবৰাহকাৰী দুজন ক্ৰমে মহম্মদ কুতুব উদ্দিন, মহম্মদ ৰমিজ উদ্দিন

🔶১০ টা চাবোনৰ বাকচত লুকুৱাই অনা অৱস্থাত জব্দ ১৪০ গ্ৰাম নিষিদ্ধ হেৰfইনখিনি

🔶অব্যাহত আছে আৰক্ষীৰ তদন্ত

No comments