অধ্যাপক শ্ৰীযুত ননীগোপাল মহন্তৰ "Citizenship Debate Over NRC & CAA: Assam and the Politics of History" শীৰ্ষক গ্ৰন্থৰ উন্মোচন
🔶গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক শ্ৰীযুত ননীগোপাল মহন্তৰ "Citizenship Debate Over NRC & CAA: Assam and the Politics of History" শীৰ্ষক গ্ৰন্থখনৰ আজি গুৱাহাটীত শুভ উন্মোচন হয়
🔶গুৱাহাটীৰ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় উন্মোচনী সভা
🔶গ্ৰন্থখন উন্মোচন কৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সংঘ চালক ডাঃ মোহন ভাগৱতীয়ে
🔶উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য শ্ৰীযুত প্ৰতাপ জ্যোতি সন্দিকৈ দেৱকে আদি কৰি বহু গণ্য মান্য ব্যক্তি
No comments