Breaking News

লাভলীনা বৰগোঁহাইৰ সফলতা অৰ্জনৰ বাবে ‘গ’ ফ’ৰ গ্ল’ৰী-লাভলীনা’ চাইকেল ৰেলী

🔶টকিঅ' ২০২০ত ভাৰতক প্ৰতিনিধিত্ব কৰা অসম সন্তান লাভলীনা বৰগোঁহাইক উৎসাহ যোগাবৰ বাবে বিশেষ পদক্ষেপ

🔶লভলীনা বৰগোহাঁইক সমৰ্থন আৰু অনুপ্ৰাণিত কৰাৰ দৃষ্টিভংগীৰে উলিওৱা হয় লাষ্টগেটৰ পৰা নেহৰু ষ্টেডিয়ামলৈ ৰ গ্লৰী-লাভলীনাচাইকেল ৰেলী

🔶আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত 'গ' ফ'ৰ গ্ল'ৰী-লাভলীনা' নামেৰে চাইকেল ৰেলী উলিওৱা হয়

🔶লাভলীনাক সফলতা প্ৰদৰ্শনৰ বাবে শুভেচ্ছা ও শুভকামনা জনাই মুখ্যমন্ত্ৰীয়ে

🔶অনুষ্ঠানটোত লাভলীনাৰ দেউতাক টিকেন বৰগোহাঁইক সম্বৰ্ধনা জনোৱা হয়

🔶অনুষ্ঠানত অসম বিধানসভাৰ অধ্যক্ষ, উপাধ্যক্ষ, মন্ত্ৰী অতুল বৰা, ইউ জি ব্ৰহ্ম, মন্ত্ৰী পীযুশ হাজৰিকা, বিমল বৰা, সঞ্জয় কিষাণ, বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া, কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, বিধায়ক অখিল গগৈকে ধৰি বহু কেইজন মন্ত্ৰী-বিধায়কৰ এই ৰেলীত অংশগ্ৰহণ




No comments