Breaking News

চীন দেশত বানপানী

🔶চীন দেশত বানপানী

🔶প্ৰচুৰ বৃষ্টিপাতৰ ফলত চীন এতিয়া পানীৰ কৱলত

🔶ধাৰাষাৰ বৰষুণে বানপানী নমাই আনিছে চীনলৈ

🔶চৌদিশে পানী আৰু পানী

🔶বানপানীত প্ৰাণ হেৰুৱাইছে কেইবাগৰাকী লোকে

🔶এক লাখৰো অধিক লোকক স্থানান্তৰ

🔶নিজকে বিশ্বৰ সৰ্বশক্তিমান ৰাষ্ট্ৰ বুলি ভৱা চীন দেশ পৰিছে প্ৰকৃতিৰ ৰোষত

🔶হাজাৰ হাজাৰ নদীবান নিৰ্মাণ কৰিও ৰখাব পৰা নাই বানপানীক




No comments