🔶চলি আছে আন্তৰ্জাতিক ক্ৰীড়া মহোৎসৱ অলিম্পিক
🔶আজি টকিঅ’ অলিম্পিকত ভাৰতৰ প্ৰথমটো পদক লাভ
🔶 উত্তৰ পূৰ্বাঞ্চলৰ মণিপুৰৰ মীৰা বাঈ চানুৱে লাভ কৰিছে ৰূপৰ পদক
🔶চূড়ান্ত খেলখনত মীৰা বাঈ চানুৱে ভাৰোত্তোলনত ৪৯ কেজি শাখাত লাভ কৰিছে এই সফলতা
🔶চীনৰ জিহুইৰ হাউৱে স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছে
No comments