চিৰাং আৰক্ষীৰ সফল অভিযানত উদ্ধাৰ ৪২ টাকৈ শিশু
🔶অসম আৰক্ষীৰ বৃহৎ সফলতা
🔶চিৰাং আৰক্ষীৰ সফল অভিযানত উদ্ধাৰ ৪২ টাকৈ শিশু
🔶চিকিমৰ পৰা উদ্ধাৰ কৰে শিশু কেইটাক
🔶চিৰাং আৰক্ষীৰ অভিযানত উদ্ধাৰ হয় শিশু কেইটা
🔶দুজন লোকক গ্ৰেপ্তাৰ
🔶অসম আৰক্ষীৰ বিশেষ
ডিজিপি এল আৰ বিষ্ণু আৰু চিৰাঙৰ আৰক্ষী উপ পৰিদৰ্শক গৌৰৱ উপাধ্যায়ৰ নেতৃত্বত চলিছিল অভিযান
🔶উদ্ধাৰ হোৱা শিশু কেইটাৰ ভৱিষ্যৎ সম্পৰ্কে ষ্টাফ কলেজত মত বিনিময় কৰিব মুখ্যমন্ত্রীয়ে
🔶শিশুকেইটাৰ পুনৰ সংস্থাপন সন্দৰ্ভত হ’ব বিশেষ আলোচনা
🔶শিশুসকলৰ এক উন্নত ভৱিষ্যত নিশ্চিত কৰিবলৈ শিশু
কল্যাণ সমিতিৰ পৰা পৰামৰ্শ গ্ৰহণ
🔶শিশুসকলক তেওঁলোকৰ অভিভাৱকৰ হাতত গতাই দিয়া বা আৱাসিক বিদ্যালয়লৈ প্ৰেৰণ
কৰাৰ সিদ্ধান্ত গ্ৰহণ
No comments