গোলাঘাটৰ আৱৰ্ত ভৱনত মন্ত্ৰী শ্ৰীযুত চন্দ্রমোহন পাটোৱাৰীৰ পৰ্যালোচনা বৈঠক
🔶জিলা প্ৰশাসন আৰু আৰক্ষীক ক'ভিডৰ নীতি-নিৰ্দেশনা আৰু অধিক কঠোৰভাৱে বলৱৎ কৰাত গুৰুত্ব আৰোপ কৰাৰ নিৰ্দেশ মন্ত্ৰীগৰাকীৰ
🔶জল জীৱন অভিযানৰ কাম-কাজৰো পৰ্যালোচনা কৰে মন্ত্ৰীগৰাকীয়ে
🔶২০২২ চনৰ মাৰ্চ মাহৰ ভিতৰত গোলাঘাট জিলাৰ প্ৰতিটো পৰিয়ালে পাইপেৰে পানী লাভ কৰাটো সুনিশ্চিত কৰাৰ নিৰ্দেশ
🔶খৰাংপীড়িত সৰুপথাৰ অঞ্চলত জলসিঞ্চন বিভাগৰ সহযোগত সৌৰ শক্তিৰ দ্বাৰা পৰিচালিত গভীৰ নলীনাদ স্থাপন কৰি খেতিয়কক কৃষিকাৰ্যত সহায় কৰিবলৈ কৃষি বিভাগক নিৰ্দেশ
🔶পৰিবহন, উদ্যোগ আৰু বাণিজ্য বিভাগৰো কাম-কাজৰ পৰ্যালোচনা মন্ত্ৰীগৰাকীৰ
🔶বৈঠকত সৰুপথাৰ সমষ্টিৰ বিধায়ক শ্ৰীযুত বিশ্বজিৎ ফুকন,
জিলা
উপায়ুক্ত শ্ৰীযুত মৃগেশ নাৰায়ণ বৰুৱা, আৰক্ষী অধীক্ষক ডাঃ ৰবীন কুমাৰ আৰু জিলা
প্ৰশাসনৰ বিষয়াসকলৰ লগতে বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত থাকে
No comments