Breaking News

বৰ্ষীয়ান অভিনেত্ৰী সুৰেখা চিক্ৰী আৰু নাই

🔶বলিউদৰ পৰা আহিল এটা বেয়া খবৰ

🔶বৰ্ষীয়ান অভিনেত্ৰী সুৰেখা চিক্ৰীৰ দেহাৱসান

🔶হৃদজনিত ৰোগত আক্ৰান্ত হৈ আছিল অভিনেত্ৰীগৰাকী

🔶আজি পুৱা মৃত্যু হয় অভিনেত্ৰীগৰাকীৰ

🔶দীৰ্ঘদিনৰ পৰা বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ আছিল অভিনেত্ৰীগৰাকী

🔶২০২০ চনত ব্ৰেইন ষ্ট্ৰোকত ভুগিছিল অভিনেত্ৰীগৰাকী

🔶মৃত্যুৰ সময়ত অভিনেত্ৰীগৰাকীৰ বয়স আছিল ৭৫বছৰ

🔶তিনিবাৰকৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বটাঁ লাভ কৰিছিল অভিনেত্ৰীগৰাকীয়ে

🔶১৯৮৮ চনত নিৰ্মাণ কৰা তামাস, ১৯৯৫ চনৰ মাম্মো আৰু ২০১৮ চনৰ নিৰ্মাণ কৰা বধাই হো চলচ্চিত্ৰৰ বাবে শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল



 

 

No comments