আজি বিত্তমন্ত্ৰী অজন্তা নেওগে সদনত দাখিল কৰিব বাজেট
🔶চলি আছে অসম বিধানসভাৰ বাজেট অধিৱেশন
🔶আজি অসম বিধানসভাৰ মজিয়াত দাখিল কৰা হব ২০২১-২২বৰ্ষৰ বাবে ৰাজ্যৰ বাজেট
🔶 বিত্তমন্ত্ৰী
অজন্তা নেওগে আজি সদনত বাজেট দাখিল কৰিব
🔶অসমৰ ইতিহাসত প্ৰথমবাৰলৈ মহিলা
বিত্তমন্ত্ৰী হিচাপে অসম বিধানসভাৰ মজিয়াত পূৰ্ণাংগ বাজেট দাখিল কৰিব অজন্তা নেওগে

No comments