ৰাজ্য চৰকাৰে জাৰি কৰিছে নতুন SOP
🔶ৰাজ্য চৰকাৰে জাৰি কৰিছে নতুন SOP
🔶সোমবাৰৰ পৰা প্ৰযোজ্য হ'ব নতুন SOP
🔶 গুৱাহাটী মহানগৰীত দিনৰ ২ বজাৰ পৰা পুৱা ৫ বজালৈ কাৰ্যকৰী থাকিব সান্ধ্য আইন
🔶দক্ষিণ শালমৰা, মাজুলী, বঙাইগাঁও, চিৰাং, ওদালগুৰি, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও, চৰাইদেউত সন্ধ্যা ৪ বজাৰ পৰিৱৰ্তে ৫ বজাৰ পৰা আৰম্ভ হব সান্ধ্য আইন
🔶এইসমূহ জিলাত ৪ বজালৈকে খোলা থাকিব দোকান-পোহাৰ, ব্যৱসায়িক প্ৰতিষ্ঠান
🔶 কাছাৰ, তিনিচুকীয়া, ডিব্ৰুগড়, নগাঁও, শোণিতপুৰ থাকিব কঠোৰ পৰ্যবেক্ষণত
🔶 পৰিস্থিতি নিয়ন্ত্ৰণ নহ’লে উক্ত জিলাকেইখনত অধিক কঠোৰতা অৱলম্বন কৰিব প্ৰশাসন তথা স্বাস্থ্য বিভাগে
🔶 আন জিলাসমূহত দিনৰ পৰা ১ বজাৰ পৰা পুৱা ৫ বজালৈ বলবত্ থাকিব সান্ধ্য আইন
🔶 দোকান-পোহাৰ, ব্যৱসায়িক প্ৰতিষ্ঠান আদিৰ সময়ৰ ক্ষেত্ৰত বাহাল থাকিব পূৰ্বৰ নিৰ্দেশনা
🔶 পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বন্ধ থাকিব আন্তঃজিলা যাতায়াত
🔶 প্ৰতিষেধকৰ দুয়োটা ড’জ লোৱা কৰ্মচাৰীসকল চৰকাৰী-বেচৰকাৰী সকলো কাৰ্যালয়ত উপস্থিতি বাধ্যতামূলক
🔶 গৰ্ভৱতী মহিলা, ৫ বছৰৰ তলৰ শিশু থকা মাতৃৰ বাবে Work From Home
🔶 দুচকীয়া বাহনত মহিলা আৰু শিশুৰ বাহিৰে দুজন উঠিব নোৱাৰিব
বন্ধ থাকিব শিক্ষানুষ্ঠান
No comments