Breaking News

শিৱসাগৰত ৬ বছৰীয়া শিশুৰ মৃতদেহ উদ্ধাৰ

🔶 শিৱসাগৰত ৬ বছৰীয়া শিশুৰ মৃতদেহ উদ্ধাৰ 

🔶শিৱসাগৰৰ ৰে'লৱে জংচনৰ কাষত থকা পুখুৰীত উদ্ধাৰ হৈছে মৃতদেহটো 

🔶পুখুৰীত উপঙি থকা অৱস্থাত উদ্ধাৰ মৃতদেহটো

🔶উক্ত ঘটনাক লৈ সৃষ্টি হৈছে চাঞ্চল্য

🔶স্থানীয় মানুহে মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে 

🔶মৃতদেহটো ৬ বছৰীয়া শিশু মেঘালী হাজৰিকাৰ

🔶২৫ মে’ৰ পৰা নিৰুদ্দেশ হৈ আছিল ৬ বছৰীয়া শিশুটি

🔶ইতিমধ্যে মৃতদেহটো মেঘালী হাজৰিকা নামৰ শিশুটিৰ পিতৃ-মাতৃয়ে মেঘালী হাজৰিকাৰ বুলি চিনাক্ত কৰিছে

🔶আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে 

🔶বৰ্তমানলৈ মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই



No comments