Breaking News

সাংবাদিক সংগঠনৰে মন্ত্ৰী পীযুষ হাজৰিকাৰ বৈঠকঃ তিনি লাখ টকা পৰ্যন্ত এককালীন সাহাৰ্য্যৰ সিদ্ধান্ত

🔶 অসমৰ স্বাস্থ্য তথা তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই আপকু, আছাম ইউনিয়ন অৱ ৱৰ্কিং জাৰ্নেলিষ্ট, আছাম ফ'টো জাৰ্নেলিষ্ট এছ'চিয়েছন আৰু ইলেকট্ৰনিক মিডিয়া ফ'ৰামৰ প্ৰতিনিধিসকলৰ সৈতে আজি এক বৈঠকত মিলিত হয়। 

🔶 আজিৰ এই বৈঠকত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিকসকলৰ বিয়োগৰ পাছত পৰিয়াললৈ এককালীন সাৰ্হায, সাংবাদিক পেঞ্চন আদি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। 

🔶 বৈঠকত অসম চৰকাৰৰ সাংবাদিক পেঞ্চন ৮ হাজাৰৰ পৰা ১০ হাজাৰ টকালৈ বৃদ্ধি কৰা হয়। 

🔶এতিয়াৰে পৰা অকালতে মৃত্যুবৰণ কৰা সাংবাদিকৰ পৰিয়ালে স্বাভাৱিক মৃত্যুৰ ক্ষেত্ৰটো পাব এককালীন সাহাৰ্য্য। 

🔶 এই সাহাৰ্য্য এক লাখৰ পৰা তিনি লাখ টকা পৰ্যন্ত কৰাৰো এক সিদ্ধান্ত গ্ৰহণ কৰে আজিৰ বৈঠকত। 



No comments