বিজনীত এটি মৃতদেহ উদ্ধাৰ
📌 বিজনীৰ ৰামকৃষ্ণ মিছনৰ সমীপত এটি মৃতদেহ উদ্ধাৰ
📌 শুক্ৰবাৰে নিশাৰ ভাগতেই মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ়
📌 স্থানীয় লোকে প্ৰত্যক্ষ কৰি খবৰ দিয়ে বিজনী আৰক্ষীক
📌 আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ
📌 আৰম্ভ কৰে তদন্ত
📌 মৃতদেহটো অনিল দাস(৭০)ৰ বুলি জানিব পৰা গৈছে
📌 বিজনীৰ ২ নং ছাতিয়ানগুৰী বানিয়াপাৰাৰ নিবাসী আছিল মৃত অনিল দাস
📌 পেছাত এগৰাকী ঠেলা চালক আছিল মৃত দাস
📌 জানিব পৰা নাই মৃত্যুৰ কাৰণ
No comments