Breaking News

মেট্ৰিক পৰীক্ষাৰ সন্দৰ্ভত ছেবাই জাৰি কৰিছে নতুন নিৰ্দেশনা

🔶চলিত মাহত অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা

🔶পৰীক্ষালৈ মাজত মাত্ৰ এটা সপ্তাহ বাকী

🔶তাৰ পূৰ্বেই মেট্ৰিক পৰীক্ষাৰ সন্দৰ্ভত ছেবাই জাৰি কৰিছে নতুন নিৰ্দেশনা

🔶২০২১ চনৰ প্ৰশ্নকাকতেৰে এইবাৰৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত ছেবাৰ

🔶কৰোনাৰ বাবে বিগত বৰ্ষত পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰাৰ বাবে ব্যৱহাৰ নোহোৱা প্ৰশ্নকাকত আৰু উত্তৰ বহীসমূহ ব্যৱহাৰ কৰা হ’ব  এইবাৰৰ পৰীক্ষাত 

🔶৪০ শতাংশলৈ হ্ৰাস কৰা হৈছে পাঠ্যক্ৰম



No comments