Breaking News

কলিয়াবৰৰ বৰালীগাওঁত তৃতীয় বাৰ্ষিক দিবা-নৈশ ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত

কলিয়াবৰ, ৭ মাৰ্চঃ কলিয়াবৰৰ বৰালীগাঁও ক্ৰিকেট ক্লাবৰ সৌজন্যত, বৰালীগাওঁত তৃতীয় বাৰ্ষিক দিবা-নৈশ ক্ৰিকেট প্ৰতিযোগিতাখন অনুষ্ঠিত হয়। উক্ত ক্ৰিকেট প্ৰতিযোগিতাখনিত অংশগ্ৰহণ কৰে সৰ্বমুঠ ২৮ টা দলে। আনহাতে, আজি অন্তিম দিনাও খেলখনত দৰ্শকৰ বিপুল সঁহাৰি পৰিলক্ষিত হয় ।

No comments