কলিয়াবৰত অচিনাক্ত বাহনৰ খুন্দাত মতা পহুৰ মৃত্যু
🔶কলিয়াবৰত অচিনাক্ত বাহনৰ খুন্দাত মতা পহুৰ মৃত্যু
🔶কলিয়াবৰৰ চতিয়ালৰ ৰাষ্ট্ৰীয় ঘাইপথত মৃত্যু হয় মতা পহুটোৰ
🔶পৰৱৰ্তী সময়ত জখলাবন্ধা বনবিভাগে উদ্ধাৰ কৰে পহুটোক
🔶মৰণোত্তৰ পৰীক্ষাৰ পাছত গাওঁ প্ৰধান-স্থানীয় ৰাইজৰ উপস্থিতিত পহুটো পুতি পেলায়
🔶বানপানীৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা পানীত উটি আহি কলিয়াবৰৰ বিভিন্ন হাবি-জংঘলত আশ্ৰয় লৈ আছে বহুটো পহু
🔶কেইবাটাও পহু ইতিমধ্যে অচিনাক্ত বাহনৰ খুন্দাত কলিয়াবৰৰ বিভিন্ন অঞ্চলত মৃত্যু ঘটিছে
No comments