Breaking News

নাগালেণ্ডৰ কহিমাত বৃহৎ পৰিমাণৰ আফিং জব্দ

🔶নাগালেণ্ডৰ কহিমাত বৃহৎ পৰিমাণৰ আফিং জব্দ

🔶মঙ্গলবাৰে কহিমাৰ খোজামাৰ আন্তঃৰাজ্যিক নাৰ্কোটিক চেক পইণ্টত নাগালেণ্ড আৰক্ষীৰ নাৰ্কোটিক বিভাগৰ এক তালাচীত জব্দ হয় ১১ কিলোগ্ৰাম আফিং

🔶মণিপুৰৰ সেনাপতিৰ পৰা কহিমালৈ গৈ থকা ODE 8073 নম্বৰৰ মাৰুটি ছুইফট ডিজায়াৰ গাড়ীত জব্দ উক্ত আফিংখিনি

🔶বাহনখনৰ পিছফালে বাম্পাৰৰ এক গোপন কক্ষত লুকুৱাই আনিছিল আফিংখিনি

🔶লগতে জব্দ হৈছে নগদ ১১ লাখ টকা

🔶ঘটনা সন্দৰ্ভত দুজন লোকক আটক

🔶মণিপুৰৰ উখৰুল জিলাৰ হৰ্মি শ্বাৰণৰ পুত্ৰ  ঙাশ্বাংগাম শ্বাৰণ(৩০) আৰু মণিপুৰৰ সেনাপতি জিলাৰ ডলে পুখোমাইৰ পুত্ৰ খোলৌন পুখোমা(১৯)ক আটক




No comments