Breaking News

ক’ভিডত আক্ৰান্ত হৈছে কৃষিমন্ত্ৰী অতুল বৰা

🔶ভিডত আক্ৰান্ত হৈছে কৃষিমন্ত্ৰী অতুল বৰা

🔶মন্ত্ৰীগৰাকীয়ে চছিয়েল মেডিয়া যোগে সদৰি কৰে এই কথা

🔶মন্ত্ৰীগৰাকীয়ে লগতে তেখেতৰ সংস্পৰ্শলৈ অহা সকলোকে কভিড টেষ্ট কৰিবলৈ আহ্বান জনাইছে

🔶গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হৈছে মন্ত্ৰীগৰাকীক



No comments