Breaking News

টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক লাভেৰে ইতিহাস সৃষ্টি লাভলীনাৰ

🔶প্ৰথমগৰাকী অসমীয়া মহিলা হিচাপে টকিঅঅলিম্পিকত ব্ৰঞ্জৰ পদক লাভেৰে ইতিহাস সৃষ্টি লাভলীনা

🔶পঞ্চমগৰাকী অলিম্পিয়ান হিচাপে অংশগ্ৰহণ কৰিছিল লাভলীনাই

🔶বক্সিংৰ ৱেল্টাৰৱেইট শাখাত তুৰ্কীৰ শক্তিশালী প্ৰতিদ্বন্দ্বী বুছেনাজ চুৰমেনেলীৰ হাতত ছেমি ফাইনেলত পৰাস্ত হৈ ব্ৰঞ্জৰ পদক লাভ কৰিলে অসমৰ জীয়ৰী লাভলীনা বৰগোহাঁইয়ে

🔶অলিম্পিকত পদক জয় কৰা ভাৰতৰ তৃতীয় বক্সাৰ হিচাপে পৰিগণিত হৈছে লাভলীনা

🔶এক বৃহৎ সফলতাৰে ইতিহাস ৰচিলে লাভলীনাই

🔶২০১৩ চনত ছাৰ্বিয়াত অনুষ্ঠিত হোৱা ইণ্টাৰনেশ্যনেল নেচনকাপত ৰূপৰ পদক লাভ কৰিছিল লাভলীনাই

🔶একেটা বৰ্ষতে কাজাখিস্তানত অনুষ্ঠিত প্ৰেছিডেণ্ট কাপতো লাভ কৰিছিল পদক

🔶২০১৭ চনত অনুষ্ঠিত হোৱা এছিয়ান চেম্পিয়নশ্বিপত লাভলীনাই লাভ কৰিছিল ব্ৰঞ্জৰ পদক

🔶ইণ্ডিয়ান অপেন ইণ্টাৰনেশ্যনেল চেম্পিয়নশ্বিপত লাভ কৰিছিল স্বৰ্ণ পদক

🔶কমনৱেলথ গেমছতো লাভলীনাই জয় কৰিছিল স্বৰ্ণ পদক

🔶২০১৮, ২০১৯ চনত বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত লাভ কৰিছিল ব্ৰঞ্জৰ পদক

🔶গুৱাহাটীত অনুষ্ঠিত ইণ্ডিয়ান অপেন ইণ্টাৰনেচনেল বক্সিং চেম্পিয়নশ্বিপত নিজৰ পাৰদৰ্শিতাৰে লাভ কৰিবৈ সক্ষম হৈছিল ৰূপৰ পদক

No comments