Breaking News

ৰাজ্য চৰকাৰে জাৰি কৰিছে নতুন SOP: ৫খন জিলাত সম্পূৰ্ণ লকডাউন ঘোষণা

🔶ৰাজ্য চৰকাৰে জাৰি কৰিছে নতুন নীতি নিৰ্দেশনা

🔶পাঁচখন জিলাত সম্পূৰ্ণ লকডাউন ঘোষণা

🔶গোলাঘাট, যোৰহাট, লক্ষিমপুৰ, বিশ্বনাথ, শোণিতপুৰত সম্পূৰ্ণ লকডাউন ঘোষণা

🔶কাৰ্যালয়, আন সামগ্ৰীৰ দোকান আৰু যাতায়াত ব্যৱস্থাত প্ৰযোজ্য হ'ব সম্পূৰ্ণ নিষেধাজ্ঞা 

🔶মৰিগাওঁ আৰু গোৱালপাৰা জিলাত ১ বজাৰ পৰা পুৱা ৫ বজালৈ বলব  থাকিব সান্ধ্য আইন 

🔶দুপৰীয়া ১২ বজালৈকে খোলা থাকিব ব্যৱসায়িক প্ৰতিষ্ঠান

🔶কামৰূপ (মহানগৰ), শিৱসাগৰ, ডিব্ৰুগড়, কোকৰাঝাৰ, বৰপেটা, নলবাৰী, বাকসা, বজালী, কৰিমগঞ্জ, কামৰূপ, দৰং, নগাঁও, হোজাই, তিনিচুকীয়া, ধেমাজি, কাছাৰ, কাৰ্বি আংলং, ধুবুৰী, দক্ষিণ শালমৰা, মাজুলী, বঙাইগাঁও, চিৰাং, ওদালগুৰি, পশ্চিম কাৰ্বি আংলং, ডিমা হাচাও, চৰাইদেউ আৰু হাইলাকান্দি- এই ২৭ খন জিলাত সন্ধিয়া ৫বজাৰ পৰা পুৱা ৫বজালৈ বলব থাকিব সান্ধ্য আইন

🔶বিয়লি ৪ বজালৈকে খোলা থাকিব দোকান-পোহাৰ, ব্যৱসায়িক প্ৰতিষ্ঠান

🔶পুনৰ এসপ্তাহৰ বাবে ৰাজ্যত বন্ধ থাকিব আন্তঃজিলা যাতায়ত

🔶একেই থাকিব অন্যান্য নীতি-নিয়ম

🔶বিবাহ, ধৰ্মীয় অনুষ্ঠানত ১০ জনতকৈ অধিক লোক সমৱেত হ'ব নোৱাৰিব

🔶এইক্ষেত্ৰত কঠোৰ হ'ব চৰকাৰ

🔶 কঠোৰ ভাৱে বলৱৎ কৰিবলৈ উপায়ুক্তসকলক  নিৰ্দেশনা

🔶ডিব্ৰুগড়, নগাঁৱত চৰকাৰৰ চোকা দৃষ্টি ৰাখিব চৰকাৰে

🔶ঈদত সমূহীয়া নামাজৰ পৰিৱৰ্তে ঘৰতে নামাজ পঢ়াৰ বাবে আহ্বান স্বাস্থ্যমন্ত্ৰী

🔶ক'ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিত মছজিদ-ঈদগাহত মাথো ৫গৰাকী লোকক  ঈদৰ ধৰ্মীয় ৰীতি-নীতি পালন কৰিবলৈ অনুমতি প্ৰদান

🔶২০ জুলাই পুৱা ৫বজাৰ পৰা প্ৰযোজ্য হ'ব এই নিৰ্দেশনা

 










No comments