NIA ৰ আদালতত দোষমুক্ত হ'ল অখিল গগৈ
🔶অখিল গগৈৰ নিশ্চিত মুক্তিত শিৱসাগৰত আনন্দৰ উছাহ পূৰ্ণ পৰিবেশ
🔶শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক অখিল গগৈৰ মুক্তিৰ নিশ্চিত সম্ভাৱনাত আনন্দৰ জোৱাৰ উঠা দেখা গৈছে শিৱসাগৰ সমষ্টিৰ ৰাইজৰ দলৰ সমৰ্থকক সকলৰ মাজত
🔶NIA ৰ সকলো গোচৰৰ পৰা দোষমুক্ত হ’ল অখিল গগৈ
🔶চান্দমাৰি থানাৰ
গোচৰৰ দোষমুক্ত হ'ল অখিল গগৈ
🔶অখিল গগৈক
দোষমুক্ত কৰাত আজি শিৱসাগৰত এই আনন্দ উল্লাসৰ পৰিৱেশ দেখা গৈছে
🔶শিৱসাগৰৰ ৰাইজে
স্বতঃস্ফূৰ্তভাৱে ৰাজপথলৈ ওলাই আহি ৰাইজৰ মাজত মিঠাই বিতৰণ, ফটকা ফুটাই
আনন্দ-উল্লাস কৰে
🔶শীঘ্ৰেই
মুকলি আকাশৰ তললৈ আহিব অখিল গগৈ
🔶ডেৰ বছৰৰো
অধিক কাল কাৰাবন্দী হৈ আছিল শিৱসাগৰৰ
বিধায়কগৰাকী
🔶কাৰাগাৰৰ
পৰাই অসম বিধানসভাৰ নিৰ্বাচনত শিৱসাগৰৰ
পৰা অংশগ্ৰহণ কৰি বিধায়ক হিচাপে নিৰ্বাচিত হৈছে অখিল গগৈ
No comments