🔶অসম আৰক্ষীৰ বৃহৎ সফলতা
🔶১০ কোটি টকাৰ ড্ৰাগছ আৰু মনোৰোগী পদাৰ্থ জব্দ
🔶জব্দকৃত ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীখিনিৰ বজাৰ মূল্য ১০ কোটি টকা
🔶ঘটনা সন্দৰ্ভত অসম আৰক্ষীয়ে ভালুকডুবিত এজন অপৰাধী জাহাংগীৰ
আলোমক আটক কৰে আৰক্ষীয়ে
🔶কোডিন আধাৰিত কফ চিৰাপ তৈয়াৰ কৰিবলৈ এটা ভূগৰ্ভস্থ মিনি
কাৰখানা চলাইছিল আলমে
No comments