Breaking News

আফগানিস্তানত ভাৰতীয় মূলৰ সাংবাদিক ডানিছ চিদ্দিকীক হত্যা

🔶আফগানিস্তানত ভাৰতীয় মূলৰ সাংবাদিক ডানিছ চিদ্দিকীক হত্যা

🔶আফগানিস্তানৰ কান্দাহাৰৰ স্পিন বোল্ডক জিলাত হৈ থকা সংঘৰ্ষক কভাৰেজৰ সময়ত নিহত হয় সাংবাদিকগৰাকী

🔶পুলিৎজাৰ বঁটা বিজয়ী ফটোগ্ৰাফাৰজনে যোৱা কেইদিনমান ধৰি আফগান-তালিবান সংঘৰ্ষ কভাৰ কৰি আহিছিল

🔶বৃহস্পতিবাৰে নিশা আফগানিস্তানৰ কান্দাহাৰত নিহত হয় ফটো সাংবাদিকগৰাকী

🔶বিশ্বৰ আগশাৰীৰ সংবাদ সংস্থা ৰয়টাৰক প্ৰতিবেদনৰ যুগুত কৰি থকাৰ সময়ত নিহত হয় পুলিৎজাৰ বঁটা বিজয়ী ভাৰতীয় ফটো সাংবাদিক ডেনিছ চিদ্দিকী

🔶বিশ্বৰ জনপ্ৰিয় ফটোগ্ৰাফাৰসকলৰ ভিতৰত অন্য এজন জনপ্ৰিয় ফটোগ্ৰাফাৰ আছিল ডানিছ

🔶২০১৮ চনত ডানিছ চিদ্দিকী আৰু তেওঁৰ সহকৰ্মী আদনান আবিদি ৰহিংগীয়া শৰণাৰ্থীসকলৰ নথিভুক্ত কৰাৰ বাবে প্ৰস্তুত কৰা ডক্যুমেণ্টেৰী ফটোগ্ৰাফীৰ বাবে পুলিৎজাৰ বঁটা লাভ কৰা প্ৰথম ভাৰতীয় হিচাপে পৰিগণিত হয়



No comments