Breaking News

সৰুপথাৰক খৰাং পীড়িত অঞ্চলৰূপে ঘোষণা

🔶 কালিৰ কেবিনেট সভাত সৰুপথাৰক খৰাং পীড়িত অঞ্চলৰূপে ঘোষণা কৰা

🔶ক্ষতিগ্ৰস্ত কৃষক সকলোৱে ক্ষতিপূৰণ লাভ কৰিব

🔶দৰিদ্ৰ কৃষকসকলে সকাহ লাভ কৰিব

🔶বিত্তমন্ত্ৰী, ৰাজহমন্ত্ৰী, জলসিঞ্চন মন্ত্ৰীক উক্ত অঞ্চল পৰিবহন কৰি প্ৰতিবেদন দাখিলৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

🔶কৃষিৰ লগত জড়িত সমস্যাসমূহ সমাধান হোৱাৰ পাছত প্ৰত্যেক কৃষকে ক্ষতিপূৰণ লাভ কৰাৰ আশা প্ৰকাশ বিধায়ক বিশ্বজিৎ ফুকনৰ



No comments