বোকাজানত পুনৰ ড্ৰাগছ জব্দ
🔶বোকাজানত পুনৰ ড্ৰাগছ জব্দ।
🔶আব্দুল কাদীৰ নামৰ লোক এজনৰ ঘৰত উদ্ধাৰ ২৬ টা চাবোনৰ বাকচত হিৰ'ইন।
🔶বোকাজান মহকুমা আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি উদ্ধাৰ কৰে ৩৩১ গ্ৰাম হিৰ'ইন।
🔶আব্দুল কাদীৰৰ ঘৰৰ পিছফালে মাটিত পুতি থৈছিল হিৰ'ইনখিনি।
🔶ধৃত আব্দুল কাদীৰৰ ঘৰ খটখটিৰ টিলাবস্তিত।
🔶ইতিমধ্যে খটখটি আৰক্ষীয়ে আটক কৰিছে আব্দুল কাদীৰক।
🔶উদ্ধাৰ হোৱা হিৰ'ইনখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য ২ কোটি ৫০ লাখ টকা বুলি আৰক্ষী সূত্ৰে প্ৰকাশ।


No comments