ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ দ্বিতীয় কেবিনেট বৈঠক সমাপ্ত
🔶জনতা ভৱনত অনুষ্ঠিত হয় উক্ত কেবিনেট বৈঠক
🔶 মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ অধ্যক্ষতাত অনুষ্ঠিত হয় বৈঠক
🔶বৈঠকৰ পাছত সংবাদমেল সম্বোধন মন্ত্ৰী পীযুষ হাজৰিকা, কেশৱ মহন্তৰ
🔶 আজিৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ
🔶 আজিৰ বৈঠকত দেৱজিত্ শইকীয়াক অসম চৰকাৰৰ মহাধিবক্তা নিযুক্তি
🔶 পাহাৰীয়া জিলা কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহীলৈ কেবিনেট মৰ্যাদা
🔶লগতে বিটিআৰৰ মুখ্য কাৰ্য্যবাহী সদস্যগৰাকীকো দিয়া হৈছে কেবিনেটৰ মৰ্যাদা
🔶৩ মুখ্য কাৰ্যবাহীয়ে কেবিনেট মন্ত্ৰীৰ সমানেই পাব সুবিধা
🔶তত্ত্বাৱধায়ক হিচাপে নাথাকি অভিভাৱক মন্ত্ৰীৰূপে দায়িত্ব ন্যস্ত
🔶দুখন জিলাৰ দায়িত্বত থাকিব এজনকৈ অভিভাৱক মন্ত্ৰী
🔶অভিভাৱক মন্ত্ৰীজনৰ ওপৰত থাকিব সকলো দায়িত্ব
🔶 নতুন অক্সিজেন প্লাণ্টক এবছৰলৈ চৰকাৰে বিনামূলীয়া বিজুলীৰ যোগান ধৰিব
🔶বন্ধ হৈ থকা অক্সিজেন প্লাণ্ট সক্ৰিয় কৰিবলৈ চৰকাৰে আগবঢ়াব চৰকাৰী সাহাৰ্য্য
🔶এবছৰলৈ বিনামূলীয়া বিজুলীৰ যোগান ধৰিব চৰকাৰে
🔶কাৰ্যকৰী হৈ থকা অক্সিজেন প্লাণ্টলৈ ২০ শতাংশ বিজুলীৰ ৰেহাই
![]() |
| সংবাদমেল সম্বোধন মন্ত্ৰী পীযুষ হাজৰিকা, কেশৱ মহন্তৰ |

No comments