ডিব্ৰুগড়ত কভিডৰ ভয়াবহ পৰিস্থিতি।
ডিফু, ১৪ এপ্ৰিলঃ ডিব্ৰুগড়ৰ লেপেটকটা স্থিত গেছ ক্ৰেকাৰ প্ৰকল্পৰ মুখ্য প্ৰবন্ধক মানৱ জ্যোতি দুৱাৰাৰ কভিড আক্ৰান্ত হৈ অসম চিকিৎসা মহাবিদ্যালয়ত মৃত্যু।ৰাষ্ট্ৰীয় প্ৰকল্পটোৰ বিষয়া গৰাকী হেশতীয়াকৈ অসম চিকিৎসা মহাবিদ্যালয় হস্পতালত চিকিৎসাধীন অৱস্থাত আছিল।
ইফালে ব্ৰক্ষপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড অৰ্থাত বি চি পি এলৰ কেইবা গৰাকী কৰ্মকৰ্তা বৰ্তমানেও চিকিৎসাধীন বুলি জানিব পৰা গৈছে।

No comments