Breaking News

বোকাজানত পথ দুৰ্ঘটনাত থিতাতে নিহত আৰক্ষী জোৱান। ঘটনা সংঘটিত কৰি চালকৰ পলায়ন । News 12


Published on YouTube: বোকাজানত পথ দুৰ্ঘটনাত থিতাতে নিহত আৰক্ষী জোৱান। ঘটনা সংঘটিত কৰি চালকৰ পলায়ন । News 12 বোকাজানত শোকাৱহ পথ দুৰ্ঘটনা। থিতাতে নিহত হয় এজন আৰক্ষী জোৱান। তীব্ৰবেগী বাহনৰ খুন্দাত মৃত্যু আৰক্ষী জোৱান গৌতম দাসগুপ্তাৰ। ঘটনা সংঘটিত কৰি চালকৰ পলায়ন। আৰক্ষী থানাত নিহত আৰক্ষী জোৱানগৰাকীক শেষ শ্ৰদ্ধা জ্ঞাপন। https://www.youtube.com/watch?v=K2Dig7Fjlw4

No comments