গোলাঘাট, ৮ অক্টোবৰঃ সদৌ অসম গোসাঁই সমাজৰ পৰা বহিষ্কাৰ কৰা হৈছে শ্যামকানু মহন্ত, ভাস্কৰজ্যোতি মহন্ত আৰু তেওঁৰ পৰিয়ালক। সদৌ অসম গোসাঁই সমাজৰ সভাপতি দেবেন্দ্ৰ নাথ মহন্ত আৰু প্ৰধান সম্পাদক বিপ্লৱ জ্যোতি মহন্তই স্বাক্ষৰ কৰা এক প্ৰেছ বিবৃতিৰ জৰিয়তে এই কথা উল্লেখ কৰিছে।

No comments