Breaking News

আহোম জনগোষ্ঠীক লৈ আদিত্য খাখলাৰীৰ মন্তব্যত সদৌ তাই আহোম ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিক্ৰিয়া


Published on YouTube: আহোম জনগোষ্ঠীক লৈ আদিত্য খাখলাৰীৰ মন্তব্যত সদৌ তাই আহোম ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিক্ৰিয়া আহোম জনগোষ্ঠীক লৈ আদিত্য খাখলাৰীৰ মন্তব্যত সদৌ তাই আহোম ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিক্ৰিয়া । বসন্ত গগৈৰ মন্তব্য— “আদিত্য খাখলাৰীৰ মন্তব্যই বিভাজনমূলক পৰিৱেশ সৃষ্টি কৰিছে। আমি কোনো জনগোষ্ঠীৰ বিপক্ষে নহয়, কিন্তু আহোম জনগোষ্ঠীক লক্ষ্য কৰি কৰা আক্রমণমূলক মন্তব্যৰ পৰা তেওঁ বিৰত থাকিব লাগে।” https://www.youtube.com/watch?v=0n5jQ8PaZRg

No comments