Breaking News

APCC ৰ সভাপতি গৌৰৱ গগৈৰ সংবাদমেল, বহুকেইটা গুৰুত্বপূৰ্ণ বিষয় উপস্থাপন | News 12 Assam North East


Published on YouTube: APCC ৰ সভাপতি গৌৰৱ গগৈৰ সংবাদমেল, বহুকেইটা গুৰুত্বপূৰ্ণ বিষয় উপস্থাপন | News 12 Assam North East APCC ৰ সভাপতি গৌৰৱ গগৈৰ সংবাদমেল। জুবিন গাৰ্গদেৱৰ মৃত্যুক লৈ শ্যামকানু মহন্ত - সিদ্ধাৰ্থ শৰ্মাৰ হাতত থকা তথ্য অসমবাসীয়ে জানিব বিচাৰে। মুখ্যমন্ত্ৰীয়ে গঠন কৰি দিয়া SITক কেতিয়াবা IT CELL যেনেই লাগে। অসমবাসীয়ে মুখ্যমন্ত্ৰীৰপৰা নৈতিকতাৰ পৰিচয়পত্ৰ ল'ব নিবিচাৰে। সম্প্ৰতি চৰিত্ৰৰ ওপৰতহে তদন্ত প্ৰক্ৰিয়া চলাব বিচাৰিছে। নৈতিকতা আৰু চৰিত্ৰৰ ওপৰত SITয়ে তদন্ত কৰাটো অসমবাসীয়ে নিবিচাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু বিজেপি IT Cell এ জুবিন দাৰ মৃত্যুৰ তদন্তক লৈ ৰাজনীতি কৰিবলৈ আৰম্ভ কৰা পৰিলক্ষিত হৈছে। ইয়াৰ পৰা এটা কথা স্পষ্ট হৈছে যে তেওঁলোকে জুবিন দাক ন্যায় দিব নিবিচাৰে। জুবিন গাৰ্গ ডাঙৰীয়াক ন্যায় প্ৰদান কৰাতকৈ শ্যামকানু মহন্তক কেনেকৈ ৰক্ষা কৰিব পাৰে সেইয়াহে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মূল উদ্দেশ্যে । তেওঁ বিচাৰে যে শেষত গৈ শ্যামকানু মহন্ত উলাই আহি পূৰ্বৰ দৰেই কেন্দ্ৰীয় চৰকাৰৰ পৰা আৰ্থিক অনুদান লৈ নিজৰ বেপাৰ চলাই থাকক। - গৌৰৱ গগৈ Welcome to News 12 Assam North East, News 12 Assam North East হৈছে, প্ৰাথমিকভাৱে অসম আৰু সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবে সম্পূৰ্ণৰূপে সমৰ্পিত দ্বি-ভাষিক ইলেক্ট্ৰনিক আৰু Cable সংবাদ প্ৰেৰণৰ মাধ্যম। ইলেক্ট্ৰনিক সংবাদ মাধ্যমৰ যুগত News 12 অসম North East কেৱল বাতৰি আৰু তথ্য প্ৰচাৰৰ মাধ্যমেই নহয়, ই শিক্ষা, বিত্ত, ক্ৰীড়া, মনোৰঞ্জন, কৃষি, সমকালীন ঘটনা প্ৰবাহ ইত্যাদিৰ এখন বৃহৎ ক্ষেত্ৰৰ জ্ঞান আৰু তথ্যবিস্তাৰ তথা প্ৰচাৰৰ উৎকৃষ্ট মাধ্যম। গ্ৰামাঞ্চল আৰু নগৰাঞ্চলৰ জনসাধাৰণক সেই ক্ষেত্ৰখনৰ উন্নয়ন সম্পৰ্কিত সকলোবোৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বাতৰি আৰু ঘটনা প্ৰতিফলিত কৰাত, ঘাইকৈ সৰ্বসাধাৰণ জনতাৰ সমস্যাসমূহ তেওঁলোকৰ পৰা প্ৰশাসনিক ক্ষেত্ৰলৈ যোগসূত্ৰ স্থাপনৰ বাবে News 12 অসম North East প্ৰতিশ্ৰুতিবদ্ধ। News 12 অসম North East ৰ মূখ্য কাৰ্যালয় কাৰ্বি আংলং (অসম) | Regards, News 12 Assam North East https://www.youtube.com/watch?v=sLdUFJM3e7o

No comments