Breaking News

জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা পুনৰ সম্পন্ন কৰা হ’ব


Published on YouTube: জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা পুনৰ সম্পন্ন কৰা হ’ব 👉মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল সম্বোধন 👉জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা পুনৰ সম্পন্ন কৰা হ’ব 👉ৰুজু হোৱা গোচৰসমূহ চি আই ডিলৈ হস্তান্তৰ 👉GMCHত এইমছৰ চিকিৎসকৰ উপস্থিতিত সম্পন্ন হ’ব মৰণোত্তৰ পৰীক্ষা 👉মঙ্গলবাৰে পুৱা ৭.৩০ বজাত হ’ব মৰণোত্তৰ পৰীক্ষা 👉মৰণোত্তৰ পৰীক্ষাৰ পাছত লৈ যোৱা হ’ব সৰুসজাইলৈ 👉তাৰ পাছত তেওঁক লৈ যোৱা হ’ব শেষকৃত্যৰ অনুষ্ঠানলৈ https://www.youtube.com/watch?v=8HX84qkX07g

No comments