Breaking News

পত্নী হত্যাকাৰী নৰেন তাঁতীক ফাঁচীৰ দাবীত উত্তাল ডিমৌ থানাৰ চৌহদ | News 12 Assam North East


Published on YouTube: পত্নী হত্যাকাৰী নৰেন তাঁতীক ফাঁচীৰ দাবীত উত্তাল ডিমৌ থানাৰ চৌহদ | News 12 Assam North East ডিমৌৰ খৰাহাট চাহ বাগিচাৰ পৰা আৰম্ভ কৰি সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ উত্তেজনা। পত্নী দীপ্তি তাঁতীক নৃশংসভাৱে হত্যা কৰা ছাত্ৰ নেতা তথা সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি নৰেন তাঁতীৰ চৰম শাস্তিৰ দাবীত আজি শতাধিক ৰাইজে ডিমৌ আৰক্ষী থানাৰ চৌহদত জোৰদাৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে হত্যাকাণ্ডৰ ন্যায়িক তদন্ত আৰু ন্যায়পূৰ্ণ শাস্তিৰ দাবীৰ লগতে হত্যাকাৰী নৰেন তাঁতীক আইনী সুৰুঙাৰ জৰিয়তে মুক্ত নকৰিবলৈ আহ্বান জনায়। Welcome to News 12 Assam North East, News 12 Assam North East হৈছে, প্ৰাথমিকভাৱে অসম আৰু সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবে সম্পূৰ্ণৰূপে সমৰ্পিত দ্বি-ভাষিক ইলেক্ট্ৰনিক আৰু Cable সংবাদ প্ৰেৰণৰ মাধ্যম। ইলেক্ট্ৰনিক সংবাদ মাধ্যমৰ যুগত News 12 অসম North East কেৱল বাতৰি আৰু তথ্য প্ৰচাৰৰ মাধ্যমেই নহয়, ই শিক্ষা, বিত্ত, ক্ৰীড়া, মনোৰঞ্জন, কৃষি, সমকালীন ঘটনা প্ৰবাহ ইত্যাদিৰ এখন বৃহৎ ক্ষেত্ৰৰ জ্ঞান আৰু তথ্যবিস্তাৰ তথা প্ৰচাৰৰ উৎকৃষ্ট মাধ্যম। গ্ৰামাঞ্চল আৰু নগৰাঞ্চলৰ জনসাধাৰণক সেই ক্ষেত্ৰখনৰ উন্নয়ন সম্পৰ্কিত সকলোবোৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বাতৰি আৰু ঘটনা প্ৰতিফলিত কৰাত, ঘাইকৈ সৰ্বসাধাৰণ জনতাৰ সমস্যাসমূহ তেওঁলোকৰ পৰা প্ৰশাসনিক ক্ষেত্ৰলৈ যোগসূত্ৰ স্থাপনৰ বাবে News 12 অসম North East প্ৰতিশ্ৰুতিবদ্ধ। News 12 অসম North East ৰ মূখ্য কাৰ্যালয় কাৰ্বি আংলং (অসম) | Regards, News 12 Assam North East https://www.youtube.com/watch?v=xNIJD9Ht16k

No comments