Breaking News

Utpal Sarma: আপোনালোকে হেণ্ডকাপ দেখিছে, আমাৰ চিপজৰীডাললৈ মনত পৰিছে।


Published on YouTube: Utpal Sarma: আপোনালোকে হেণ্ডকাপ দেখিছে, আমাৰ চিপজৰীডাললৈ মনত পৰিছে। দুটা ব্যৱসায়িক গোষ্ঠীৰ মাজত হোৱা ব্যৱসায়িক সংঘাত ছাত্ৰ সন্থাৰ বিষয়বস্তু হ'ব নোৱাৰে বাবে ছাত্ৰ সন্থাই এই বিষয়ত সময় শক্তি অপচয় কৰাৰ কিবা অৰ্থ আছে বুলি অনুভৱ কৰা নাই। আপোনালোকে হেণ্ডকাপ দেখিছে, আমাৰ চিপজৰীডাললৈ মনত পৰিছে। #aasu #utpalsarma https://www.youtube.com/watch?v=LQ2zByG5EKo

No comments