PhonePe, G Pay ব্যৱহাৰকাৰীয়ে সাৱধান হওঁকঃ হোজাইত প্ৰবঞ্চকৰ দলে লুটি নিলে ধন | News 12 Assam NE

Published on YouTube: PhonePe, G Pay ব্যৱহাৰকাৰীয়ে সাৱধান হওঁকঃ হোজাইত প্ৰবঞ্চকৰ দলে লুটি নিলে ধন | News 12 Assam NE হোজাইত প্ৰবঞ্চকৰ দলে লুটি নিলে ধন। অনলাইন পেমেণ্ট কৰাৰ কথা কৈ লুটি নিলে ধন। বিনয় গুপ্তাক ভুৱা পেমেণ্ট দেখুৱাই ওম চন্দ্ৰ সৰকাৰ নামৰ যুৱকজনে নিছিল টকাখিনি। হোজাই আৰক্ষীক খবৰ দিয়াত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ প্ৰবঞ্চক ওম চন্দ্ৰ সৰকাৰ নামৰ যুৱকজনৰ লগতে সুজয় দে নামৰ আন এজন যুৱকক আটক কৰে আৰক্ষীয়ে। #fraud #phonepe #gpay #fraudalert Welcome to News 12 Assam North East, News 12 Assam North East হৈছে, প্ৰাথমিকভাৱে অসম আৰু সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবে সম্পূৰ্ণৰূপে সমৰ্পিত দ্বি-ভাষিক ইলেক্ট্ৰনিক আৰু Cable সংবাদ প্ৰেৰণৰ মাধ্যম। ইলেক্ট্ৰনিক সংবাদ মাধ্যমৰ যুগত News 12 অসম North East কেৱল বাতৰি আৰু তথ্য প্ৰচাৰৰ মাধ্যমেই নহয়, ই শিক্ষা, বিত্ত, ক্ৰীড়া, মনোৰঞ্জন, কৃষি, সমকালীন ঘটনা প্ৰবাহ ইত্যাদিৰ এখন বৃহৎ ক্ষেত্ৰৰ জ্ঞান আৰু তথ্যবিস্তাৰ তথা প্ৰচাৰৰ উৎকৃষ্ট মাধ্যম। গ্ৰামাঞ্চল আৰু নগৰাঞ্চলৰ জনসাধাৰণক সেই ক্ষেত্ৰখনৰ উন্নয়ন সম্পৰ্কিত সকলোবোৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বাতৰি আৰু ঘটনা প্ৰতিফলিত কৰাত, ঘাইকৈ সৰ্বসাধাৰণ জনতাৰ সমস্যাসমূহ তেওঁলোকৰ পৰা প্ৰশাসনিক ক্ষেত্ৰলৈ যোগসূত্ৰ স্থাপনৰ বাবে News 12 অসম North East প্ৰতিশ্ৰুতিবদ্ধ। News 12 অসম North East ৰ মূখ্য কাৰ্যালয় কাৰ্বি আংলং (অসম) | Regards, News 12 Assam North East https://www.youtube.com/watch?v=hYv5g4zOmlk
No comments