স্পৰ্শকাতৰ অঞ্চলৰ খিলঞ্জীয়া লোকক দিয়া হ’ব অস্ত্রৰ অনুজ্ঞাপত্র

Published on YouTube: স্পৰ্শকাতৰ অঞ্চলৰ খিলঞ্জীয়া লোকক দিয়া হ’ব অস্ত্রৰ অনুজ্ঞাপত্র Himanta Biswa Sarma: লোকসেৱা ভৱনত অসম কেবিনেট বৈঠক সম্পন্ন। বৈঠকৰ পাছত মুখ্যমন্ত্ৰীৰ সংবাদমেল। স্পৰ্শকাতৰ অঞ্চলৰ খিলঞ্জীয়া লোকক দিয়া হ’ব অস্ত্রৰ অনুজ্ঞাপত্র #himantabiswasarma #assamcabinet #assam #keyfeatures #bjp https://www.youtube.com/watch?v=RD9m-2t5daQ
No comments