Breaking News

মোৰ দৃষ্টি শক্তি নাথাকিলেও দৃষ্টিভংগী আছে। - কথা নিবেদিতা


Published on YouTube: মোৰ দৃষ্টি শক্তি নাথাকিলেও দৃষ্টিভংগী আছে। - কথা নিবেদিতা ডিফুৰ বিশেষভাৱে সক্ষম, যুৱ সমাজকৰ্মী কথা নিবেদিতালৈ ৪১ সংখ্যক বোকাজান কেন্দ্ৰীয় বহাগী উৎসৱৰ যশস্বী বটাঁ। বটাঁ গ্ৰহণ কৰি নিবেদিতাৰ মন্তব্য - মোৰ দৃষ্টি শক্তি নাথাকিলেও দৃষ্টিভংগী আছে। সেই দৃষ্টিভংগীৰ পৰা দেখো যে, কেৱল মাত্ৰ শাৰীৰিক প্ৰতিবন্ধকতাই নহয় এইখন পৃথিৱীত থকা প্ৰতিজন মানুহৰ কিবা নহয় কিবা সীমাবদ্ধতা আছে আৰু সেই সীমাবদ্ধতাখিনিক অতিক্ৰম কৰি মানুহ জীয়াই থাকে। https://www.youtube.com/watch?v=vKDm8NwY8T0

No comments