Akhil Gogoi: পঞ্চায়ত নিৰ্বাচনত বিজেপি জয়ী হোৱাৰ মূলতঃ বিৰোধীৰ একত্ৰৰ অভাৱ

Published on YouTube: Akhil Gogoi: পঞ্চায়ত নিৰ্বাচনত বিজেপি জয়ী হোৱাৰ মূলতঃ বিৰোধীৰ একত্ৰৰ অভাৱ পঞ্চায়ত নিৰ্বাচনত বিজেপি জয়ী হোৱাৰ মূলতঃ বিৰোধীৰ একত্ৰৰ অভাৱ। পঞ্চায়ত নিৰ্বাচনৰ পাছত অখিল গগৈৰ সংবাদমেল। মিত্ৰতাৰ প্ৰস্তাৱ আমাৰ ফালৰ পৰা ষ্ট'প। মিত্ৰতাৰ বাবে ৰাইজৰ দল আৰু কংগ্ৰেছৰ ওচৰলৈ নাযায় ৰাইজৰ দল। লগতে নিজ সমষ্টিতে পঞ্চায়ত নিৰ্বাচনত পৰাজয়ৰ অকপট স্বীকাৰ বিধায়ক অখিল গগৈৰ ৷ #akhilgogoi #panchayat #assam #raijordal #congress #bjp #himantabiswasarma https://www.youtube.com/watch?v=u5T5pJ6ln3E
No comments