দিনযোৰা কাৰ্যসূচীৰে সৰুপথাৰৰ টেঙানী গাওঁ পঞ্চায়তত বিধায়ক বিশ্বজিৎ ফুকন | News 12 Assam North East

Published on YouTube: দিনযোৰা কাৰ্যসূচীৰে সৰুপথাৰৰ টেঙানী গাওঁ পঞ্চায়তত বিধায়ক বিশ্বজিৎ ফুকন | News 12 Assam North East দিনযোৰা কাৰ্যসূচীৰে টেঙানী গাওঁ পঞ্চায়তত উপস্থিত হৈ কেইবাটাও আঁচনিৰ শুভ উদ্বোধন বিধায়ক বিশ্বজিৎ ফুকনৰ। নিৰ্মীয়মান ভোজৰ আলি আৰু ছাব্বিশ ঘৰীয়া ক্ষুদ্ৰ স্বাস্থ্য কেন্দ্রত ছয়খন বিছনাযুক্ত গৃহৰ শুভ উদ্বোধন, টেঙানীৰ গলাইগাওঁ নামঘৰত অনুষ্ঠিত হৈ থকা অবিৰত ভাগৱত পাঠৰ ৰূপালী জয়ন্তী বৰ্ষৰ অনুষ্ঠানত অংশগ্রহণ কৰি স্মৃতি স্তম্ভৰ উন্মোচন । Welcome to News 12 Assam North East, News 12 Assam North East হৈছে, প্ৰাথমিকভাৱে অসম আৰু সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবে সম্পূৰ্ণৰূপে সমৰ্পিত দ্বি-ভাষিক ইলেক্ট্ৰনিক আৰু Cable সংবাদ প্ৰেৰণৰ মাধ্যম। ইলেক্ট্ৰনিক সংবাদ মাধ্যমৰ যুগত News 12 অসম North East কেৱল বাতৰি আৰু তথ্য প্ৰচাৰৰ মাধ্যমেই নহয়, ই শিক্ষা, বিত্ত, ক্ৰীড়া, মনোৰঞ্জন, কৃষি, সমকালীন ঘটনা প্ৰবাহ ইত্যাদিৰ এখন বৃহৎ ক্ষেত্ৰৰ জ্ঞান আৰু তথ্যবিস্তাৰ তথা প্ৰচাৰৰ উৎকৃষ্ট মাধ্যম। গ্ৰামাঞ্চল আৰু নগৰাঞ্চলৰ জনসাধাৰণক সেই ক্ষেত্ৰখনৰ উন্নয়ন সম্পৰ্কিত সকলোবোৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বাতৰি আৰু ঘটনা প্ৰতিফলিত কৰাত, ঘাইকৈ সৰ্বসাধাৰণ জনতাৰ সমস্যাসমূহ তেওঁলোকৰ পৰা প্ৰশাসনিক ক্ষেত্ৰলৈ যোগসূত্ৰ স্থাপনৰ বাবে News 12 অসম North East প্ৰতিশ্ৰুতিবদ্ধ। News 12 অসম North East ৰ মূখ্য কাৰ্যালয় কাৰ্বি আংলং (অসম) | Regards, News 12 Assam North East https://www.youtube.com/watch?v=X2QV8SJxpy8
No comments