Breaking News

কংগ্ৰেছ সাংসদগৰাকীয়ে জিলা পৰিষদৰ টিকট দিয়াৰ প্ৰতিশ্ৰুতি পূৰ্ণ কৰিব নোৱাৰিলে বাবে তেখেতক আক্ৰমণ কৰিছে


Published on YouTube: কংগ্ৰেছ সাংসদগৰাকীয়ে জিলা পৰিষদৰ টিকট দিয়াৰ প্ৰতিশ্ৰুতি পূৰ্ণ কৰিব নোৱাৰিলে বাবে তেখেতক আক্ৰমণ কৰিছে কংগ্ৰেছ সাংসদগৰাকীয়ে জিলা পৰিষদৰ টিকট দিয়াৰ প্ৰতিশ্ৰুতি পূৰ্ণ কৰিব নোৱাৰিলে বাবে তেখেতক আক্ৰমণ কৰিছে বুলি আমি জ্ঞাত হৈছোঁ৷ কংগ্ৰেছে এই নিৰ্বাচনত তেওঁলোকৰ প্ৰাৰ্থীসকলক কোনোধৰণৰ সহযোগিতা কৰা নাই, এখন পোষ্টাৰো কংগ্ৰেছ কৰ্মীসকলক বনাই দিয়া হোৱা নাই আৰু ওলোটাই টিকট দিয়াৰ প্ৰতিশ্ৰুতিৰে প্ৰাৰ্থীসকলৰ পৰা ধন সংগ্ৰহহে কৰিছে৷ #himantabiswasarma #congress #election #bjp https://www.youtube.com/watch?v=hmV_T7Zei-E

No comments