Breaking News

টিকট দিয়াৰ নামত ধনৰ লেন-দেনৰ অভিযোগ সন্দৰ্ভত কি ক'লে ভূপেন বৰাই?


Published on YouTube: টিকট দিয়াৰ নামত ধনৰ লেন-দেনৰ অভিযোগ সন্দৰ্ভত কি ক'লে ভূপেন বৰাই? টিকট দিয়াৰ নামত ধনৰ লেন-দেনৰ অভিযোগ সন্দৰ্ভত কি ক'লে? ভূপেন বৰাৰ মন্তব্য, "মুখ্যমন্ত্ৰীয়ে কৈছিল, কেৰাণী বা মহৰীয়ে যদি ২০০০ টকা খায় তেতিয়া বাঘৰ দৰে জপিয়াই পৰিব, কিন্তু এপেক্স বেংকত যেতিয়া কোনোবাই ৮০ লাখ খায়, ৬০ লাখ খায় তেতিয়া বাঘটো মানে চকু-কাণ মুদি শুই থাকিব। দুজন বিধায়ক প্ৰত্যক্ষভাৱে জড়িত। বাঘটো শুই আছে ।বাঘটো এতিয়া সাৰ নাপায়।" #assam #bhupenbora #congress #panchayatelection #panchayat #ticket #nomination #candidate #syndicate #himantabiswasarma #bjp #viralvideo #viralshorts https://www.youtube.com/watch?v=LV52vzd3DzY

No comments