কংগ্ৰেছৰ মুখপাত্ৰ ঋতম সিঙক গ্ৰেপ্তাৰঃ সাংসদ গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া #gauravgogoi

Published on YouTube: কংগ্ৰেছৰ মুখপাত্ৰ ঋতম সিঙক গ্ৰেপ্তাৰঃ সাংসদ গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া #gauravgogoi কংগ্ৰেছৰ মুখপাত্ৰ ঋতম সিঙক গ্ৰেপ্তাৰঃ সাংসদ গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ আৰক্ষীক আইন আৰু উচ্চ ন্যায়ালয়ৰ সৈতে সংঘাতপূৰ্ণ অবৈধ কাৰ্যকলাপ গ্ৰহণ কৰিবলৈ বাধ্য কৰাইছে। হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক অনুপ্ৰেৰণাত নষ্ট হৈছে আৰক্ষী বিষয়াৰ ট্ৰেক ৰেকৰ্ড। - গৌৰৱ গগৈ #gauravgogoi #assam #assampolice #himantabiswasarma #congress https://www.youtube.com/watch?v=l2TcMvydyc8
No comments