সদৌ অসম ভোজপুৰী পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নৱনিৰ্বাচিত সম্পাদক গণেশ পাছোৱানক বোকাজানত উষ্ম আদৰণি

Published on YouTube: সদৌ অসম ভোজপুৰী পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নৱনিৰ্বাচিত সম্পাদক গণেশ পাছোৱানক বোকাজানত উষ্ম আদৰণি সদৌ অসম ভোজপুৰী পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নৱনিৰ্বাচিত সম্পাদক গণেশ পাছোৱানক বোকাজানত উষ্ম আদৰণি। দেওপানীৰ পৰা বাইক ৰেলীৰে বিপুল আদৰণি জনায় সংগঠনটোৰ বিষয়ববীয়াসকলে। অসমৰ ১৯ খন ৰাজ্যৰ প্ৰতিনিধি উপস্থিত থকা সদৌ অসম ভোজপুৰী পৰিষদৰ ষষ্ঠতম ত্রি-বার্ষিক কেন্দ্রীয় অধিৱেশনৰ প্ৰতিনিধি সভাত কেন্দ্ৰীয় সমিতিৰ সম্পাদক হিচাপে নিৰ্বাচিত হয় গণেশ পাছোৱান। ইয়াৰ পূৰ্বে সদৌ অসম ভোজপুৰী পৰিষদৰ কাৰ্বি আংলং জিলা সমিতিৰ সম্পাদকৰ দায়িত্বত আছিল গণেশ পাছোৱান। Welcome to News 12 Assam North East, News 12 Assam North East হৈছে, প্ৰাথমিকভাৱে অসম আৰু সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবে সম্পূৰ্ণৰূপে সমৰ্পিত দ্বি-ভাষিক ইলেক্ট্ৰনিক আৰু Cable সংবাদ প্ৰেৰণৰ মাধ্যম। ইলেক্ট্ৰনিক সংবাদ মাধ্যমৰ যুগত News 12 অসম North East কেৱল বাতৰি আৰু তথ্য প্ৰচাৰৰ মাধ্যমেই নহয়, ই শিক্ষা, বিত্ত, ক্ৰীড়া, মনোৰঞ্জন, কৃষি, সমকালীন ঘটনা প্ৰবাহ ইত্যাদিৰ এখন বৃহৎ ক্ষেত্ৰৰ জ্ঞান আৰু তথ্যবিস্তাৰ তথা প্ৰচাৰৰ উৎকৃষ্ট মাধ্যম। গ্ৰামাঞ্চল আৰু নগৰাঞ্চলৰ জনসাধাৰণক সেই ক্ষেত্ৰখনৰ উন্নয়ন সম্পৰ্কিত সকলোবোৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বাতৰি আৰু ঘটনা প্ৰতিফলিত কৰাত, ঘাইকৈ সৰ্বসাধাৰণ জনতাৰ সমস্যাসমূহ তেওঁলোকৰ পৰা প্ৰশাসনিক ক্ষেত্ৰলৈ যোগসূত্ৰ স্থাপনৰ বাবে News 12 অসম North East প্ৰতিশ্ৰুতিবদ্ধ। News 12 অসম North East ৰ মূখ্য কাৰ্যালয় কাৰ্বি আংলং (অসম) | Regards, News 12 Assam North East https://www.youtube.com/watch?v=RZzWyn8Sqd8
No comments